Ad Code

Responsive Advertisement

কবিতা (Assamese poem). Sunil payeng

বন্দী ফুলেশ্বৰি বাইদেওঁ হেনো আজি অহাৰ কথা আছিল পথভ্ৰষ্ট জনতাৰ ভিৰ... আমি নামানো,আমি নামানো ধ্বনিৰে হুংকাৰ..... বাইদেউলৈ দুখহে লাগে আহিব পাৰিব নে নোৱাৰিব...? দুখৰ বহু ঠেক ৰাস্তাৰ মাজতে যেন....! আহি পালে ভাল আছিল। বাইদেউ ঘৰলৈ বুলি নৌপাওঁতেই আহিলেই নহয় আন এক ভীষণ যন্ত্ৰণা এইবাৰ হুঙ্কাৰ নহয় গৃহবন্দী........... এদিন দুদিনকৈ....চাৰি মাহ আস্তিক..! কি নাস্তিক.. এটাই চিন্তা মাথো,হে.....প্ৰভু ৰক্ষা কৰা। বাইদেউ.......... আহিব নোৱাৰি ভালেই কৰিলে দিয়া...। দুটি সন্তানক জানো এৰি থাকিব পাৰি....?
জ্ঞান মালিনী জ্ঞান মালিনী তুমি জ্ঞানী হৈয়ে থাকা লখিমপুৰৰ গান্ধী পাৰ্কলৈ নাহিবা ফুল পাহৰ লগতে তোমাকো যেন কোনোবাই পখীৰাজ ঘোঁৰাত উঠাই লৈ গলে। তুমি তেতিয়া জ্ঞানৰ পোহৰ সিচিবানে ...নে খেলমাতি চাৰিআলিত দুখৰ কাঁইট লগাবা..। মালিনী বিহীন বাগিচাত কোনোবা খোজ দিব। চাৰিআলি খন কি হব..? জুবিন দাৰ দৰে হব পৰা হলেও পাঞ্চনাৰ গীতকে...দুখেৰে সংগোপনে গালোঁ হেঁতেন। মালিনী তুমি তালৈ নোযোৱা টোৱে উচিত। ‌‌। ✍️সুনিল পায়েং
কলেজ কেণ্টিণ কলেজ কেণ্টিনৰ সন্মুখত বহি সৰগৰ অপেশ্বৰি দৰ্শন কৰাৰ আমোদ প্ৰমোদেই সুষ্ট মনৰ আভ্যন্তৰীণ চিৰযুগমিয়া...... এই জনী ভাবনা বোতানী বিভাগৰ এই জনী সুমন ইংলিজ বিভাগৰ... অই.... এইজনী কোন বিভাগৰ ইমান সুন্দৰী......নিশ্চয় এডুকেশ্বনৰ হব চাগে.....। কৌশিক পিছে তোৰ জনীকে নেদেখিলো বহুত দুখ লাগিল........ আমাৰ বিভাগৰ এজনীৰো ৰূপে নেদেখিলোঁ। তই পিছে দুখ নকৰিবা ......কাৰ ওপৰত অভিমান আকৌ। বন্ধুত্ব কৰিলে দুষ্মন বাঢ়ে....বুলি কলেজৰ পিছফালে এজনে কই আছিল.. নিশ্চয় কৰবাত নহয় কৰবাত যাতনত ভুগিছে....! আজৰি সময়ত লিখা কেইটামান কবিতা।যি কবিতা সময়ৰuপৰত লিখা হৈছে। this poem is write to above of the time to manage for your time.i think write the poem and sufficient to envoled aptitude of luck with confidence.. নালাগে সোণৰ খাৰু মাথো তোমাৰ অপেক্ষাত চিৰস্থায়ী জীৱন সংগ্ৰামী আৰু খোজত খোজ দিয়াৰ হে প্ৰয়োজন সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই এই কবিতা ফাকি তুমি নিশ্চয় শুনিছা মই প্ৰেমিক কবি নহয় যে...তোমাক প্ৰেমৰ কবিতা পাঠ কৰি মন উতলাব পাৰিম। মোৰ সাহস নাই.. কবিতা গাই যে তোমাক পাম এটাই মোৰ ভৰসা যেন মই তোমাক কবিতা পাঠ কৰি নিদিলেও সোণৰ খাৰু পিন্ধাব নোৱাৰিলেও যেন তুমি মোৰেই হব

Post a Comment

1 Comments

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)