Ad Code

Responsive Advertisement

Bitorko, with friend

 : আচলতে লোকচান আমাৰ নহয়,নহাখিনিৰহে। আৰু আমি তোমালোকৰ লোকচান হোৱাটো নিবিচাৰোঁ।কাৰণ, আমি ওলাই যোৱাৰ পাছত বিভাগৰ কামবোৰৰ দায়িত্ব তোমালোকেই ল'ব লাগিব। এতিয়াই শিকি নল'লে পাছত কামবোৰ কৰোঁতে দুমুজাত পৰিবা। গতিকে বিভাগটোৰ প্ৰতি যিহেতু আমাৰ প্ৰত্যকৰে দায়িত্ব আছে, দায়িত্ব বোৰ ভালদৰে পালন নকৰিলে বিভাগৰ কামবোৰত জটিলতা আহিব।আমি বিভাগটোক আগুৱাই নিবলৈ হ'লে প্ৰত্যকৰে সহযোগিতা লাগিবই। অসুবিধা সকলোৰে থাকে,তাৰ মাজতে আমাৰ বাকী কামবোৰো কৰিব লাগিব।একেবাৰে নোৱাৰাটো বা দূৰৰখিনিৰ কথাটো বেলেগ। আৰু যিখিনিয়ে ইচ্ছাকৃতভাৱেই কামবোৰত সহযোগিতা নকৰে,মোৰ বোধেৰে তেওঁলোকৰ বিভাগটোৰ প্ৰতি দায়িত্ববোধ নাই।সকলোৱে পঢ়িবলৈয়ে কলেজলৈ আহে,তাৰ মাজতে বাকী আমাৰ কৰণীয় কামবোৰো একো একোটা দায়িত্ব।


 গতিকে বিভাগৰ সকলোবোৰ কামতে আমাক একতা আৰু সহযোগিতাৰ প্ৰয়োজন।ইয়াক এৰাই চলিলে বিভাগৰ যিকোনো কামৰ,আজিৰ বুলিয়ে নহয়,উন্নতি হোৱাটো ধূসৰ। সেইবাবে আমি সকলোৰে লগত মিলি একেলগে কৰিব বিচাৰোঁ,ই আমাক আনন্দই নহয়,বিভাগটোক শক্তি দিয়ে।আশা কৰিছোঁ,অন্য দিনবোৰত তোমালোকে এনেকুৱা নকৰা।আজি তোমালোকৰ বিশেষকৈ ২য় ষাম্মাসিকৰ ছাত্ৰ-ছাত্ৰী এজনৰ বাহিৰে বাকী  কাকো নেদেখি দুখ লাগিল।আমি নিবিচাৰোঁ এনেকুৱা হওঁক বুলি...... আৰু তোমালোকৰ কিবা অসুবিধা হ'লে আগতীয়াকৈ জনাবা, ছিনিয়ৰ খিনিৰ কথাত গুৰুত্ব নিদিলে চবৰে খং উঠে।

: সকলোৰে সমস্যা থাকে , আৰু সকলো সমস্যাৰে সমাধান থাকে ।

Group ৰ মেচেজ বোৰ পাই আছো । আমি কিছুমান বস্তু কেৱল দেখা মাত্ৰেই সত্য বুলি মানি লও , বাস্তৱিকতা ছবি খন খুব কম সংখ্যক মানুয়েহে খুলি চাবলৈ ইচ্ছা প্ৰকাশ কৰে । সময় সলনি হৈছে, দাবি ধমকিৰ পৃথিৱীৰ পৰা আমি শিক্ষিত সমাজ ব্যৱস্থা গঢ় দিব লাগিব । সকলোৰে মানসিকতা একেই নহয় । আমি একো একোজন বৰ্তমান  বিদ্যাৰ্থী গতিকে আমাৰ আচৰণ সমূহ ও বিদ্যাৰ্থী দৰে হোৱা উচিত । চিনিঅৰ হিচাপত আমি কেৱল ধমকি আৰু ভয় দেখিয়েই আহিছো , এইবোৰ সৈতো কাৰোবাৰ সহ্য নহ'বও পাৰে , চিনিঅৰ প্ৰতিটো ক্ষেত্ৰত শুদ্ধ নহ'বও পাৰে আৰু সেইখিনি তুমি জনাৰ পাছতো যদি তোমাৰ  স্বাধীনতা খৰ্ব কৰিবলৈ চেষ্টা কৰা হয় তেতিয়া সম্মান নহয় বিৰোধ ভাৱ হে উৎপন্ন হয় । north lakhhimpur college ত আমি একেই uniform একেই পইচা দি আছো গতিকে এজন চিনিঅৰ যিমান অধিকাৰ কলেজ খনত এজন জুনিয়ৰ ও সমান অধিকাৰ আছে । আমি চিনিঅৰ হ'লো বুলি আজি কোনোবা জুনিয়ৰ আহিব নোৱাৰিলে বুলি কিছুমান নকবলগীয়া কথা কোৱাৰ কোনো যুক্তি নাছিল , ভয় দেখুৱাৰ কোনো কাৰণ নাছিল বৰঞ্চ আমি ভালদৰেও সুধিব পাৰিলো হয় । আজি মেচেজ বোৰ চাই লাগিল যোৱাবছৰৰ মেচেজ মই আকৌ পঢ়িছো নেকি , পুনৰ আগৰ পৰিবেশ ৰ আজি সৃষ্টি হল কিয় ? কাৰণ আমি কি শিকিলোঁ কেৱল ভয় আৰু তৰ্ক । আৰু এতিয়া এইবোৰ আকৌ আমাৰ জুনিয়ৰ ক দেখুৱাইছো ? এইবোৰ ত মই মাত মাতি অহা বাবে মই আজিও বেয়া । জনাই জানে ভাল কৰিছো নে বেয়া কৰি আহিছো । এইখিনি কব খুজা নাছিলোঁ কিন্তু Debashish ৰ এই মেচেজ টোৱে দিবলৈ বাধ্য কৰালে । ফোন কৰিলো তাক,  মোক লৈ দিয়া নাই কৈছে । কিন্তু যাক লৈয়ে দিছে , কিয়  দিব লাগে বেয়া হৈছে । Department টো পৰিয়াল বুলি কলেই নহয় মানিব ও লাগিব পৰিয়াল বুলি  , 4th sem কোনোবা কোনোবা নাহিলে বুলিয়েই 2nd ৰ আগত বহলাই কোৱা কোনো কথা নাছিল , ভাল টো দেখুৱাব লাগিব আমি বেয়া টো দেখাই থাকিলে বিভেদ বোৰ হে আহিব । 

বেয়া পাব নালাগে কোনেও মই চিধা চিধি কথা বোৰ কৈ দিও বাবে বেয়া পায় মোক ।

কথা হ'ল কি আমি আমাৰ জুনিয়ৰ সকলক Force দি ভয় দেখুৱাই কাম সম্পন্ন কৰা চিনিঅৰ হৱ নালাগিব এজন ভাল ব্যৱহাৰ লগতে ভাল মাতেৰে সিহঁতৰ সৈতে কাম কৰি যোৱা এজন চিনিঅৰ হৱ লাগিব । Order নহয় অনুৰোধ মূলক ভাৱ থাকিব লাগিব । তেতিয়া হে সকলোৱে কামৰ অগ্ৰগতি বাঢ়িব বিভেদ বোৰৰ সৃষ্টি নহ'ৱ ।



জুনিয়ৰ সকললৈ এটি অনুৰোধ পুৰণি কণ্ডল বোৰ যদি কোনোয়ে জানেও এইবোৰ দেখি শুনি যদি কোনোৱে আহিবলৈ সংকোচ কৰিছা তেন্তে এই ভূল একদমেই নকৰিবা । মতবাদ সৃষ্টিৰ বাবে এনে এটা সমস্যা হৈছিল বৰ্তমান এইবোৰ পাহৰি আমি নিজৰ দায়িত্ব পালন কৰা উচিত । আমাৰো বেছি দিন নাই গতিকে সকলো একেলগ হৈ কাম কৰা শেষ বাৰৰ বাবে চাই যাবলৈ পালে বহুতে সূখী হ'ম মই । গতিকে পিছৰ কাৰ্যসূচী থাকিলে সকলো উপস্থিত থাকিবা বুলি মই আশা ৰাখিলোঁ । 






মোৰ কথা বেয়াকৈ কোনো লোকে আলোচনা কৰে বুলি মই জানো , যাৰ আগত আলোচনা হয় তেখেতেই মোক সোঁৱৰাই দিয়ে । সেইবুলি মই সেইসকলৰ কথা বেয়াকৈ কৈ পোৱা নাই কাকো প্ৰমাণ ও চাব পাৰে মই গম নোপোৱাকৈ , গতিকে এতিয়াও বিভেদ বোৰ যদি আছে কব লগিয়া নাই , ভালে থাকক সকলো কেৱল 🙏🏻🙏🏻। 



বিতৰ্ক মূলক উত্তৰ আশা নকৰো । আৰু নকৰিব ও অনুৰোধ 🙏🏻

g: ইয়াত মই কাকো দাবী-ধমকি নাই দিয়া আৰু আজিলৈকে দি পোৱা নাই, প্ৰথম কথা।যিখিনি কৈছোঁ,কেৱল মাত্ৰ বিভাগৰ স্বাৰ্থত, তুমি কোৱাৰ দৰে নিজক মহৎ প্ৰতিপন্ন কৰিবলৈ নহয়।  তাত যদি বেয়া পাইছে,মোৰ ক'বলগীয়া একো নাই।ময়ো সঁচা কথাটোহে কৈছোঁ।আমি কোনো ধোৱা তুলসীৰ পাত নহয়,চিনিয়ৰ বুলি জুনিয়িৰ খিনি গালি দিয়াটো মই সমৰ্থন নকৰোঁ।তাৰ আগতে আমি চিনিয়ৰখিনি ভাল হ'ব লাগিব, তেওঁলোকক পথ দেখুৱাব   পাৰিব লাগিব।

[9/5, 10:36 PM] +91 83839 22954: Diya , tumaluk or lgt mur kotha akdomey nimile aitu hosa kotha ..


Kintu aromvoni kori atiya pisuai diya tu he asorit .

Aru jot muk loi diya Jen gundho pam moi Tate reply dim moi kiyo privet ke dim aitu moi katiyau nokoru..


Aru aibur babey sage tumaluke muk Bea Pua .

Sesta tu bohute korisilu aibar jate aku nohowk kintu ki koriba khusi thoka manuh thakey nahai jibur dekhi thakile mur hoijyo nahai ..


Diya mure vul ..

Sory hokoluke 🙏🏻

Ako aibur kajia bohabo nalage .. clg khulibo vale thakok hokolu any din kal Bea .. 🙏🏻

[9/5, 10:36: Himangshu soob kotha nijor gaat pati noloba vhl logor hisape koisu

 jibon atu k koi vhl beya bohut paba jibonot 

Vhl bur nasai soobote jodi beya k dekhi thaka aru e muk eneke keneke kobo pare tai muk kio kobo eneke eibur jodi vabi soob kotha re answer dibo jua jibon tu jiyai kiman bosor thakiba hukhere.

[9/5, 10:40 ⁩  ৰ কথাৰ পৰা মোৰ এটা কথা অনুমান হ'ল,যিয়ে নহওঁক আমি ছিনিয়ৰ বুলি ধুৱা তুলসীৰ পাত হৈ থাকিব লাগে।নিজৰ লগৰ খিনিকো ক'ব নোৱাৰি এতিয়া। তুমি নভাবিবা,চব কথা তোমাক টাৰগেট কৰিয়ে কওঁ বুলি। আৰু বাকী বহুত আছে.....যি কৈছোঁ সঁচা কৈছোঁ।

[9/5, 10:55 PM] :h e g ktha kole eku vul kwa ny...@⁨ Tumi jdi aji ahila htn amr situation tu 2mi jdi dekhila htn tetyahle Debashish e dya msg2 tumi u dila htn.

  

 Ru sb kthate nijok tani noloba...Amr 4th sem r bht lora swali ase enkwa g enkwa kam brt nahe...May be Debashish e 2mr ktha alpu vbi  kwa nasil...kbo nu kio 2mi amr dprtmnttr bli pahri r jaw ktyaba....Besi k 2mak lg npw j.... Ru aibr kthat kajia kri thkibo nlge ..junior r agt eku ktha uliabo nlge...hihtk vl tu hika bitorka knke kre ba nijr mjt unity knke nykia kre hei2 nihikabi

[9/5, 11:04 PM]: 4th sem jar kotha kua hosil keytar kotha junior ye jane ? 


Department meeting ot election time ot ki hoisil protitu junior ye jane tar pasot Jodi aji ako 4th sem esam luk buli koi kotha khar koi Himangshu buliye hokolure monoloi ahibo..


Sobote tumaluk hudho buliu navabiba.. 

Ryt nai iyat karu indirectly  karubar example di bujoni diyar ..


Aibur val hua nai .. আদৰ্শৰ কথা নক'বা ভাই।দুখ লাগে। আদৰ্শগত চৰিত্ৰ উদঙাব পাৰোঁ, কিন্তু এইবোৰ কৰিব মন নাই। আৰু যদি তুমি মোক ইলেকচনত মই কোৱা কথাকেইটাক  টাৰগেট কৰি কৈছা, তেতিয়া হ'লে ছাত্ৰ ৰাজনীতি জানিবলৈ তোমাৰো বহুত বাকী আছে। মই সকলো জানো বুলি কোৱা নাই

: পুতৌ উপজে । 

উপায় ও যে নাই কবলৈ 😁

পুতৌ  নুপজি উপায় নাই তোমাৰ,😂। আগৰ দাদা কেইজনমানক সুধিবা ছাত্ৰ ৰাজনীতি কৰা.....



বাকী নকওঁ,,এটাই কওঁ,অতীতক নাযাবা পাহৰি।kotha kou Himangshu,,beya napaba...tumi sb kotha te topki nidibaa,anei anei bitorko kribo mn najaii,,ji noleo tumi mur classmate...tumk nukuwa kotha burot anei humai bitorko nkoribaa,,mn njaai ibur kribo

: Heytu babe post koruteyu kisuman vabi meli dibo lage tumi atiya NLCSU president tumi kiba ata dile bht besi matter kore , post bur diute sabo lage alp. Blgr Bea huake kiba disu nki buli

Tumi bujabo bisora kothabur hoitu alp blg keu dibo parila hoi hoitu khngr vomokot di dila navabi , kintu jnk disa mur lgt hangur khai jai na heytu babe alp Bea lagil oin aku nai

Post a Comment

0 Comments