nature have story imagination real-time of luck with your search going for well condition.
try to write a. story nature with this story related to human story.
that i wrote this story .if it's not correct please tell me your opinion ,on comment box.i hope you read this story.thankyou.
এয়া কি ঘটিল ..........আধুনিক অকলশৰীয়া অনুভৱ কৰোঁ।মন গলেই খাম,ৰং তামাসা কৰিম খেলিম এভেৰুতিং। আজিও মোৰ বহুত বন্ধু ।কিন্তু বন্ধুত্ব স্থাপন কৰিলেও যেন সীমিত।আস্থা নাই ।
একবিংশ শতিকাৰ প্ৰেম কাহিনীও যেন সমাজত তিষ্টি থাকিব নোৱাৰিব ।জংকী পানৈৰ প্ৰেম কাহিনীও যেন আজি বিৰল।আজি বিৰল লেলা মজনুৰ কাহিনী। আজৰিপৰত আইনাম বিয়ানাম নতুবা জুবিনৰ মায়া মাথো মায়া গীত গাঁও।মই মুক্ত মই চিৰপ্ৰবহমান নহবও পাৰে।
দুদিনিয়া আশা শুধিয়া ঢৌক লৈয়ো মোৰ বহুত হেপাহ। খৰাং বতৰত নদীত খোজ দিয়া প্ৰকৃতিৰ মানুহ।আপোন কৰিম জীৱ জন্তুক,পৰ্বত পাহৰক।
এই সমূহ হৈছে এটা কল্পনা।চিৰস্থায়ী নহয় বন্দবস্ত ও নহয়।এবাৰ মাথো তুমি হাহা .....মেঘে নাগাজিলে ডাৱৰক সুধিব........কিন্তু মেঘ যে একো কানসাৰেই নাই..কি কৰো। তোমাৰ হাহাটোত ভুল আছে। তুমি মিচিকিয়াই নাহাহিবা ,চিঞৰি চিঞৰি হাহিবা চাবা মেঘেও ঘাজিব।পলম নকৰিব ..এই আকাশ বৰ বিশাল গীত টো বিলোৱা প্ৰকৃতিক ....দেখিবা প্ৰকৃতিয়ো জুৰিব বনৰীয়া আমি বনৰ চৰাই... লুইতেও কব লুইতৰ পানী যাবি অ বৈ...... আকাশেও কব আকাশী গঙ্গা বিচৰা নাই ,নাই বিচৰা স্বৰ্ণ অলংকাৰ।
this is imagination history to modern and mutual conflict history.
typically this is fundamental and realistic for any Kind of think to respond but even outgoing categories here have been find your himself own life history. natural and human creative are anatomically I und this history.you can thought to what he wanted to you but especially he gave for valuable time.when you use good thanks nk yaa you will be used for another think reaction.
0 Comments