Nijanor dumukiya hahit
Tumar nisturotar branded hahi
Kot Pam tur ai hahi
Mou Sana rosor
Sugondhi astar protikedhok
Andharr tuptupiya
Niyorrr poroshot
Jen sari pore
Tur ai nostalgic
Sekura sekurikoi kohai nise
Jibonor jontronabur.
হেজাৰ গছ আৰু দেৱদাৰু
দেৱদাৰু আৰু হাজাৰ গছৰ নিভিৰ
সম্পৰ্কৰ মাজত মই
বিলীন হলো।
শেষত মই আৰু মোৰ শৰীৰ
ধৰো নধৰোকৈ সাবতিলো
মোৰ একমাত্ৰ আধুনিকতাৰ
বানত বুৰ যোৱা মবাইলটোৰ
লগত।
দেৱদাৰু গছৰ দৰে ওখ
আত্মিয়তা মানৱীয়তাৰ
বান্ধোন।
হাজাৰ গছৰ দৰে জহি খহি যোৱা
হালধীয়া পাতৰ দৰে
চকুত চকু লগাৰ দৰে
মোৰ সম্পৰ্ক, যত কাৰো লগত হোৱা নাই।।


0 Comments