Ad Code

Responsive Advertisement

বন্ধুৰ দুৰণি বটিয়া প্ৰেমৰ অনুভূতি



 তোমাৰ উশাহতেযেন বিলীন হলো মই" এইবোৰ মই এনে ভাবি সময় নষ্ট কৰি আছোঁ। মোৰ উশাহত বিলীন নৌপাওঁতেই বেলেগৰ লগত তাহানিবাই বিলীন হল। তাইক লৈ মই সপোনত ভাৰণ্ডা খন বনাইছিলোঁ ,এইটোৱেই নহয় তাজমহল নিৰ্মান কৰিবলৈও লৈছিলোঁ,কিন্তু উপায় নাই, বাস্তৱত ৰদ, চিমেণ্ট, বালি খিনি থাকোতেই মোৰ দিনটো গল।মই ৰোমান্টিক কবিতা লিখিবলৈ লৈছিলোঁ,মানুহে মোক কৈছিল,আজিকালি কিহৰ ইমান ৰোমান্টিক ভাৱ। গাত বতাহ বলিছে নেকি,বতাহত গধূলি গোপাল নহয়। এইবুলি বতাহত সুবাস বিচাৰি থাকোতে চৰ্দিত শুবই পৰা নাই, কিছুমানে আকৌ তাকে লৰা বেলেগ বুলি কমেণ্ট কৰে। তাত বেলেগৰ কিহৰ মতানৈক্য। সপোন আছিল অসীম,পৰিণাম সীমিত।প্ৰফেছৰ কৰিম বুলি ঠিৰাং কৰিছিলোঁ,তাইকলৈয়ে ,কিন্তু কি হব? তাইৰ কথা ভাবি থাকোতেই মোৰ ফাৰ্ষ্ট ছেমত বেগে লাগিল,এতিয়া কি কৰোঁ মই,প্ৰফেছৰ নহলেই ,ইফালে তাকো নাপালোঁ।এতিয়া মই বেকাৰ।উপায় নাপায় পি এণ আৰ ডী চাকৰি কৰা সিদ্ধান্ত কৰিলোঁ। পৰীক্ষাটো টো দিব লাগিব না..তেতিয়াহে পাম,তাতো আশা নাই। একচেঞ্চ অফিচত লাইন লম্বা,তাত গম পালো ইমান সহজ নহয়। যুঁজিব লাগিব। ভৱাই নাছিলোঁ,জনাই নাছিলোঁ..এইবোৰ গানে মোক বৰ আমনি কৰাত মইও প্ৰেম নামৰ সাগৰত ডুব গৈছিলো। কিন্তু নভবাকৈয়ে এজনীক ভাল পাই পেলাইছিল, প্ৰেমিকাৰ কোনো গম গমতীয়েই নাই,বেছেৰি। এনে এনে কথা নাই বতৰা নাই...বন্ধু এজনৰ আকৌ বাহ্যিক ভাবে ইনবেষ্টিগাচন।কত,কেতিয়া,কেনেকৈ......মই কলো হয় আৰু।কিন্তু এইটো ফালে কোনো খা খবৰে নাই...এনে মিছা মিছি । 

 


       যি হল হল ভালেই হল...পৰীক্ষা হেনো আহি গল। নমতা জন্ম দিন , বিয়া খাই থাকোতেই লগ পালো। নজনাকৈয়ে,হবনো কি আৰু চিনাকি বন্ধু এজনৰ লগত,তাক দেখি পুনৰ সন্দেহবাদি বন্ধুৰ। খবৰনো কোনে নলয়,পিছে চেমিনাৰ, আছিগ্নমেন্ত বাকী খবৰ নুশুধে..কব গলে আমাৰো অন্তৰ আছে ন। লগ কৰিচনে নাই,কিমান আগবাঢ়িল..কেইজনমানৰ প্ৰশ্ন। দৈনিক স্তাটাছ লগাই ফালি আছোঁ। তাত মোৰ একো আহে আৰু নাযায়।

Post a Comment

0 Comments