Ad Code

Responsive Advertisement

মাঘনোৱা দৌল( ক্ষেত্ৰ অধ্যয়ন)

 

দৌলটোৰ মুখ্য প্ৰবেশদ্বাৰ


নৰ্থ লখিমপুৰ মহাবিদ্যাল়ৰ স্নাতক তৃতীয় ছেমেষ্টাৰৰ দক্ষতা উন্নতকৰাৰ পাঠ্যক্ৰম ভিত্তিক, বুৰঞ্জী বিভাগৰ তত্তবাবধায়ক ৰূপানজলী মৰাঙ সাহাৰ নেতৃত্বত এই ক্ষেত্ৰ অধ্যয়ন বৰ্তাই ৰাখে।এই ক্ষেত্ৰ অধ্যয়ন বুৰঞ্জী বিভাগে লখিমপুৰ জিলাত থকা নাৰায়ণপুৰ স্থিত মাঘনোৱা গাঁৱৰ মাঘনোৱা দৌলটোক লৈ ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ পুৱা ৭:৩০ বজাত কলেজৰ পৰা যাত্ৰা আৰম্ভ কৰে। ক্ষেত্ৰ অধ্যয়নটোৰ লগত বিভাগৰ অধ্যাপক জুতিকা বাইদেওৱে লগত যায়। সুবিধা অনুযায়ী মহোদয়াই গ্ৰুপ বিভাজন কৰিছিল।এই অনুসৰি আমাৰ গ্ৰুপটোত আছিল সুনীল পায়েঙ,লব বৰা, ৰুলী বৰা,সদানন্দ বৰা,জুতি চেত্ৰী,তিনা সোণোৱাল,সুমি কামান,আকাশ শইকীয়া আৰু হৰিপ্ৰিয়া টাইড। আমাৰ অধ্যয়নটো আছিল" মন্দিৰৰ পৰিবেশৰ পৰা আদি কৰি ফলকবোৰ ৰ  ফটো তোলা আৰু ঐতিহাসিক তথ্য আহৰণ।"



আমি মন্দিৰটোৰ বিষয়ে অধ্যয়ন কৰাৰ আগতে মন্দিৰটোৰ চাৰিওফালে চালি জাৰী চাই গম পালো যে মন্দিৰটোত দেওবাৰৰ দিনা ভক্তৰ বেছি আগমন হয়। দৌলটোৰ ক্ষেত্ৰত অধ্যয়ন কৰি গম পালো যে, আনুমানিক অনুমোদিত ফলিৰ মতে আহোম ৰাজত্ব কালত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ (খৃঃ ১৬৯৬- ১৭১৪) শাসন কালছোৱাত ১৭০৫ চনত নিৰ্মান কৰা হৈছিল বুলি কথিত।এই দল বিভিন্ন শৈলী ,চিত্ৰ অংকনৰ প্ৰতিচ্ছবি বা আকৃতি প্ৰদান কৰিছে। আমি প্ৰত্যক্ষ দৃষ্টি দৰ্শনৰ দ্বাৰা লক্ষ্যত উপনীত হব পাৰো যে উক্ত প্ৰত্নতাত্বিক কৃতিচিহ্নটি উত্তৰ ভাৰতৰ স্থাপত্য ভাস্কৰ্য্য নিৰ্মাণ শৈলীৰ লগত থলুৱা শৈলীৰ লগত সংমিশ্ৰণ ঘটিছে।

দৌলটো ৰ  পাৰিপাৰ্শ্বিক অৱস্থা : 

মন্দিৰটোৰ লগত একোটা মণ্ডপ সংযুক্ত হৈ আছে,যত পূজাৰী আৰু দৰ্শনকাৰি আৰু ভক্ত সেৱক প্ৰবেশ কৰিবলৈ নিৰ্দিষ্ট  দুৱাৰ  আছে আৰু সন্মুখত ত্ৰিশূল খোদিত কৰিছে।আনহাতে মন্দিৰটোৰ চাৰিওফালে বিভিন্ন দেৱ দেৱীৰ মুৰ্তি সূচীত ব্যৱস্থাপনা , সৰক্ষণৰ অভাৱত অবক্ষয় ঘটিছে।




























খোদিত এই মূৰ্তিবোৰ বিভিন্ন দেৱতাৰ অংগ কৃতিৰ লগতে সস্ত্ৰ - শাস্ত্ৰ ধাৰণ কৰা তথা বাহনৰ কিছু সাক্ষ্য দাঙি ধৰিছে।
প্ৰবেশদ্বাৰ কাষতে শাক্ত ধৰ্মৰ পৰম্পৰাৰপ্ৰদৰ্শন যেনে বলি বিধান ৰ  তেজেৰে স্মৰিত হোৱাৰ শংকা দিয়ে।
(শাক্ত ধৰ্মৰ ওপৰত প্ৰভাৱ দেখা

যা
য়।)











মাঘনোৱা দৌলৰ মুখ্য তোৰণ


জিিৰণি ঘৰ,ইয়াত ভক্ত সকলৰ সুবিিধা অনুযা য়ী । 
নিৰ্মান কৰি দিছে। দুৰণিবতিয়া ভক্ত সকলৰ বাবে বিশেষকৈ এই ঘৰটো নিৰ্মাণ কৰি দিছে। 






পোহৰ ব্যবস্থাৰ ক্ষেত্ৰত সৌৰ শক্তিৰ ব্যৱস্থাও কৰি দিয়া হৈছে।

অনাময় ব্যৱস্থাৰ ক্ষেত্ৰত তাত মটৰৰ যোগান ধৰা হৈছে।তাৰোপৰি কুৱা ব্যৱস্থাও আছে।


দৌলটোৰ চাৰি সীমা অতি মন কৰিবলগীয়া। আনহাতে মূল সীমা খন সৰু আছিল। এই দৌলটোত এটা পুখুৰীও দেখা গৈছে যত, প্ৰকৃত সন্ধান পোৱা নগল।














অধ্যয়ন কৰি থকা অৱস্থাত যুগুত কৰা ফটো।












মন্দিৰটোৰ বিস্তৃত বিৱৰণৰ বিষয়ে এই তথ্য বোৰে তথ্যৰ যোগান ধৰে।


Post a Comment

0 Comments